पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সামর্থ্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সামর্থ্য   বিশেষ্য

अर्थ : কিবা কৰিব পৰা শক্তি

उदाहरण : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম

पर्यायवाची : শকতি

अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

उदाहरण : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

पर्यायवाची : উপযুক্ততা, ক্ষমতা, যোগ্যতা

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरण : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

पर्यायवाची : ক্ষমতা, শক্তি

अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

उदाहरण : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

पर्यायवाची : দখল, হাত

चौपाल