अर्थ : যিটো বর্ত্্মান কালৰ সৈতে সম্বন্ধিত বা বর্ত্্মান কালৰ
उदाहरण :
সাম্প্রতিক বিশ্বৰ ৰাজনৈতিক পৰিস্থিতিৰ খবৰ সকলোৱে ৰখা উচিত
पर्यायवाची : সাম্প্রতিক, ্বর্ত্্মান
अर्थ : সময়ৰ সৈতে সম্বন্ধ ৰাখোতাজন
उदाहरण :
প্রেমচান্দৰ কাহিনীবোৰ সময়সাপেক্ষ
पर्यायवाची : কালিক, সময়সাপেক্ষ