पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সার্বজনীন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সার্বজনীন   বিশেষণ

अर्थ : সকলো দেশীয় ্ পর্যায়ৰ

उदाहरण : ভাৰতে সর্বদেশীয় প্রতিযোগিতাৰ অভ্যর্থন্া কৰিছে

पर्यायवाची : সর্বদেশীয়, সার্বভৌমিক

अर्थ : গোটেই পৃথিৱী বা সমগ্র বিশ্বৰ সকলো দেশৰ সৈতে সম্বন্ধ বজাই ৰখা বা তাৰ মাজত হোৱা

उदाहरण : ভাৰতে সদায় সার্বজনীন উন্নতিৰ কথা কৈ আহিছে

अर्थ : প্রায় সকলো ব্যক্তিৰ, উপলক্ষ, অৱস্থা আদিত পাব পৰা বা তাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন

उदाहरण : সাক্ষৰতাৰ সন্দর্ভত বিচাৰ-বিবেচনা কৰিবৰ কাৰণে সামূহিক সভাৰ আয়োজন কৰা হʼল

पर्यायवाची : সামূহিক, ৰাজহুৱা

चौपाल