पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সাহিত্য शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সাহিত্য   বিশেষ্য

अर्थ : কোনো বিষয়ত, কবি বা লেখকৰ সৈতে সম্বন্ধ ৰখা সকলো গ্রন্থ আৰু লেখা আদিৰ সমূহ

उदाहरण : অসমীয়াত বৈষ্ণৱ সাহিত্যৰ বিশেষ ধৰণৰ গুৰুত্ব

अर्थ : কোনো ভাষা অথবা দেশৰ সকলো গ্রন্থ, লেখা আদিৰ সমূহ

उदाहरण : সাহিত্য সমাজৰ দাপোণ স্বৰূপ

अर्थ : সাহিত্যৰ অধ্যয়ন কৰা শিক্ষাৰ এক বিশেষ ধৰণৰ শাখা

उदाहरण : তেওঁ অসমীয়া সাহিত্যত এম এ কৰিছে

चौपाल