अर्थ : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
उदाहरण :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
पर्यायवाची : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
अर्थ : সাৱধান বা হুচিয়াৰ কৰা
उदाहरण :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
पर्यायवाची : সকিয়াই থকা