सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ডিঙিত কেশৰ থকা মেকুৰী প্রজাতিৰ আটাইতকৈ বেছি বলবান হিংস্র বনৰীয়া জন্তু
उदाहरण : কবিয়ে এই কবিতাটোত শিৱাজীক সিংহৰ লগত তুলনা কৰিছে
पर्यायवाची : কেশৰী, পশুৰাজ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
अर्थ : জ্যোতিষ শাস্ত্র অনুসৰি দ্বাদশ ৰাশিৰ মাজৰ পঞ্চম ৰাশি
उदाहरण : এই সময়ত সূর্য্য সিংহত আছে
पर्यायवाची : সিংহ ৰাশি, সিংহৰাশি
अर्थ : সিংহ জাতিৰ মতা
उदाहरण : সিংহৰ ডিঙিত দীঘল দীঘল কেশৰ থাকে
पर्यायवाची : কেশৰী, পশুৰাজ, মতা সিংহ, মৃগপতি, মৃগেন্দ্র, মৃগৰাজ
इंस्टॉल करें