अर्थ : সিন্ধু প্রদেশৰ অধিবাসী
उदाहरण :
এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে
अर्थ : সিন্ধুৰ ভাষা
उदाहरण :
ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন
पर्यायवाची : সিন্ধী ভাষা, সিন্ধী-ভাষা
अर्थ : সিন্ধু প্রদেশত বসতি কৰোতা
उदाहरण :
উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে
पर्यायवाची : সিন্ধী বাসী, সিন্ধীবাসী
अर्थ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ
उदाहरण :
তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে