सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
उदाहरण : লতাই কুর্তাটোত বুটাম লগাই আছে
पर्यायवाची : চিলাই কৰা, জোৰা লগোৱা, লগোৱা, সীৱন কৰা
अर्थ : কাপোৰৰ টুকুৰাক সুতা আদিৰ সহায়ত জোৰা লগোৱা কার্য
उदाहरण : দর্জীয়ে চোলা চিলাই আছে
पर्यायवाची : চিলাই কৰা, চিলোৱা, সীয়ন কৰা
इंस्टॉल करें