अर्थ : ৰজা জনকৰ পুত্রী তথা ৰামৰ পত্নী
उदाहरण :
সীতা এগৰাকী ্আদর্শ পত্নী আছিল সীতাক জগত জননী জগদম্বাৰ ৰূপ বুলি ধৰা হয়
पर्यायवाची : জনকনন্দিনী, জানকী, বৈদেহী, ভূপুত্রী, মৈথিলী
अर्थ : হালবোৱাৰ সময়ত নাঙলৰ ফালে সৃষ্টি কৰা ৰেখা বিশেষ
उदाहरण :
কৃষকে সীৰলুত বীজৰোপণ কৰি আছে
पर्यायवाची : সীৰলু