पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সুজন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সুজন   বিশেষ্য

अर्थ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

उदाहरण : সৎ লোকৰ আদৰ কৰা

पर्यायवाची : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক

সুজন   বিশেষণ

अर्थ : যাৰ স্বভাৱ ভাল

उदाहरण : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে

पर्यायवाची : সুশীল, সৌম্য

अर्थ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

उदाहरण : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

पर्यायवाची : ভাল, সজ্জন, সাধু, সৎ

चौपाल