सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : দেখিবলৈ ভাল আৰু শুৱনি লগা
उदाहरण : আজিৰ বতৰ বৰ ধুনীয়া
पर्यायवाची : ধুনীয়া
अर्थ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
उदाहरण :
पर्यायवाची : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সোণাৰি-গঢ়ী, ৰূপহ
इंस्टॉल करें