अर्थ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
उदाहरण :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
पर्यायवाची : সুযোগ-সন্ধানী
अर्थ : সুবিধাবাদ সম্বন্ধীয়
उदाहरण :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
अर्थ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
उदाहरण :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়