अर्थ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
उदाहरण :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
पर्यायवाची : কমলা, কমলা ৰং, সুমথিৰা ৰং
अर्थ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
उदाहरण :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
पर्यायवाची : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ