अर्थ : কোনো বিশিষ্ট সময়
उदाहरण :
ইয়াত প্রতিবছৰে বিজয়াদশমী উপলক্ষ্যে ৰাম লীলাৰ আয়োজন কৰে
पर्यायवाची : উপলক্ষ্য
अर्थ : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
उदाहरण :
পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
पर्यायवाची : অনুজ্ঞা দান, মঞ্জুৰি, সন্মতি