सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি লিখা-পঢ়া জানে বা যিয়ে শিক্ষাগ্রহণ কৰিছে
उदाहरण : শিক্ষিতসকলে শিক্ষাৰ প্রচাৰ-প্রসাৰ কৰা উচিত
पर्यायवाची : পঢ়া-লিখা জনা-, লিখা-পঢ়া জনা-, শিক্ষিত, সাক্ষৰ
अर्थ : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
उदाहरण : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
पर्यायवाची : কৃতবিদ্য, জ্ঞানী, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী
अर्थ : যিয়ে ভাল শিক্ষা লাভ কৰিছে
उदाहरण : সুশিক্ষিত লোকৰ সংগ লোৱাটো ভাল
इंस्टॉल करें