सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী
उदाहरण : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে
पर्यायवाची : দেৱ, দেৱতা, দৈত্যাৰি
अर्थ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি
उदाहरण : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ
पर्यायवाची : স্বৰ
अर्थ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
उदाहरण : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
पर्यायवाची : কণ্ঠ, লয়
अर्थ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
उदाहरण : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
पर्यायवाची : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী
इंस्टॉल करें