अर्थ : যাক ৰক্ষা কৰা হৈছে
उदाहरण :
সেনাৰ দ্বাৰা দেশৰ সীমা ভালদৰে সুৰক্ষিত হৈ আছে
पर्यायवाची : ৰক্ষিত
अर्थ : যাক ভালদৰে ৰক্ষা কৰা হৈছে
उदाहरण :
আপোনাৰ লʼৰাটো মোৰ ওচৰত সুৰক্ষিত হৈ আছে
अर्थ : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
उदाहरण :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
पर्यायवाची : নিৰাপদ