पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সূত্র शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সূত্র   বিশেষ্য

अर्थ : যি সাংকেতিক পদ বা শ্্ব্দত কোনো বস্তু বনোৱা বা কার্য ্কৰাৰ মূল সিদ্ধান্ত প্রক্রিয়া আদিৰ সংক্ষিপ্ত বিধান নিহিত হৈ থাকে

उदाहरण : শক্তিৰ বাবে দিয়া আইনষ্টাইনৰ সূত্রটো কওক

अर्थ : কপাহ, ৰেচম আদিৰ পৰা তৈয়াৰ কৰা দীঘল মিহি ্ আঁহ, যি বোৱা-কটাত ব্যৱহাৰ হয়

उदाहरण : এই শাৰীখন পাট সূতাৰে তৈয়াৰী

पर्यायवाची : গুণ, সূতা, ৰজ্জু

अर्थ : যাৰ সহায়ত কোনো খবৰৰ উমান লʼব পাৰি উৎস সম্পর্কে অৱগত হʼব ্পাৰি

उदाहरण : বিশ্বস্ত সূত্রৰ পৰা জানিব পৰা গৈছে যে কিছুমান পাকিস্তানী চোৰাংচোৱা এই চহৰখনত আছে

अर्थ : কম শ্্ব্দৰ দ্বাৰা কোৱা যি বচন বা পদত ডাঙৰ আৰু গূঢ় অর্থ ্থাকে

उदाहरण : গুৰুদেৱৰ পৰা মই জীৱন নি্র্বাহৰ সূত্র পালো

चौपाल