सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে
उदाहरण : তেওঁ হনুমানৰ ভক্ত
पर्यायवाची : উপাসক, ভকত, ভক্ত, সাধক
अर्थ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
उदाहरण : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
पर्यायवाची : পূজাৰী
अर्थ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
उदाहरण : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
पर्यायवाची : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা
अर्थ : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা
उदाहरण : আন্না হাজাৰেʼ সমাজ সেৱক
इंस्टॉल करें