पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সেৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সেৱা   বিশেষ্য

अर्थ : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম

उदाहरण : তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে

पर्यायवाची : পৰি্চর্যা

अर्थ : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য

उदाहरण : আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে

अर्थ : নকৰ বা চাকৰৰ কাম

उदाहरण : এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো

अर्थ : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি

उदाहरण : ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়

अर्थ : ভৰি চুই আদৰপূর্বক অভিবাদন জনোৱা কার্য

उदाहरण : তেওঁ গুৰুক ্সেৱা জনালে

पर्यायवाची : প্রণাম

चौपाल