पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से সোঁত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

সোঁত   বিশেষ্য

अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ

उदाहरण : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল

पर्यायवाची : কোব, বেগ

अर्थ : বৈ যোৱা কার্য ্বা ভাব

उदाहरण : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল

पर्यायवाची : ধাৰা, প্রবাহ, বেগ

अर्थ : বায়ুৰ প্রৱাহ

उदाहरण : জিলমিলিয়া ৰʼদ আছিল আৰু ৰৈ ৰৈ বতাহৰ সোঁত বৈ আছিল

अर्थ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

उदाहरण : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

पर्यायवाची : ধাৰ, ধাৰা, প্রৱাহ

चौपाल