सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : জন্তুক পৰিচালনা কৰিবলৈ বা খেদোতে মাৰিবলৈ ব্যৱহাৰ কৰা সূতা বা চামৰাৰে বটি লোৱা যতন
उदाहरण : জন্তুক বশ কৰি ৰাখিবলৈ চাবুক ব্যৱহাৰ কৰা হয়
पर्यायवाची : চাবুক
अर्थ : গৰু খেদিবলৈ ব্যৱহাৰ সৰু মাৰি
उदाहरण : চাবুকৰ মূৰত জোঙা গজাল লগোৱা থাকে
पर्यायवाची : এচাৰি, চাবুক
इंस्टॉल करें