पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্কুল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্কুল   বিশেষ্য

अर्थ : কোনো শৈক্ষিক সংস্থাৰ শিক্ষক, বিদ্যার্থী আদি

उदाहरण : পোন্ধৰ আগষ্টত সম্পূর্ণ বিদ্যালয়ে খেল ধেমালিত অংশগ্রহণ কৰিলে

पर्यायवाची : বিদ্যালয়

अर्थ : সৃজনাত্মক কলাকাৰ বা ৰচক বা বিচাৰকৰ সমষ্টি, যাৰ শৈলী একে বা যি একে গুৰুৰে সম্পর্কিত

उदाहरण : পতঞ্জলি পাণিনী স্কুলৰ এজন শ্রেষ্ঠ বৈয়াকৰণ আছিল

पर्यायवाची : পঢ়াশালী, বিদ্যালয়

अर्थ : যি সময়সীমাৰ ভিতৰত স্কুলৰ শিক্ষাদান আদি কার্য হয়

उदाहरण : স্কুলৰ পিছত আমি চিধা ঘৰলৈ যাম মোৰ স্কুল চাৰি বজালৈকে হয়

पर्यायवाची : বিদ্যালয়

अर्थ : যি স্থানত প্রাথমিক, মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত আনুষ্ঠানিক শিক্ষা প্রদান কৰা হয়

उदाहरण : এই বিদ্যালয়খনত প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈকে শিক্ষা প্রদান কৰা হয়

पर्यायवाची : পাঠশালা, বিদ্যালয়

अर्थ : যি ঠাইত বিদ্যা প্রদান কৰা হয়

उदाहरण : আমাৰ বিদ্যালয়ত এঘাৰটা কোঠা আছে

पर्यायवाची : পঢ়াশালি, পাঠশালা, বিদ্যাপীঠ, বিদ্যালয়

चौपाल