पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্তন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্তন   বিশেষ্য

अर्थ : নাৰীৰ স্তনদেশ

उदाहरण : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

पर्यायवाची : কুচকুম্ভ, গাখীৰ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ

अर्थ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

उदाहरण : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

पर्यायवाची : ওহাৰ, কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত

अर्थ : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

उदाहरण : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

पर्यायवाची : পিয়াহ, পয়োধৰ

चौपाल