पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্থানচ্যুত शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্থানচ্যুত   বিশেষ্য

अर्थ : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে

उदाहरण : স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই

अर्थ : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য

उदाहरण : কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে স্থানচ্যুত কৰা হয়

স্থানচ্যুত   বিশেষণ

अर्थ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া

उदाहरण : তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল

पर्यायवाची : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত

चौपाल