पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্থানান্তৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্থানান্তৰ   বিশেষ্য

अर्थ : স্থানান্তৰিত কৰা বা এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কার্য

उदाहरण : কালিয়েই তেওঁ নিজৰ ঘৰুৱা-সামগ্রীৰ স্থানান্তৰ কৰিলে

अर्थ : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য

उदाहरण : এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে

पर्यायवाची : বদলি, স্থানান্তৰণ

अर्थ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

उदाहरण : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

पर्यायवाची : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, ৰাওনা

चौपाल