सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
उदाहरण : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
पर्यायवाची : খুটা, পিলাৰ, স্তম্ভ
अर्थ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
उदाहरण : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
पर्यायवाची : কীলক, শাল
अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে
उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল
पर्यायवाची : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ
इंस्टॉल करें