पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্থানু शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্থানু   বিশেষ্য

अर्थ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন

उदाहरण : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল

पर्यायवाची : খুটা, পিলাৰ, স্তম্ভ

अर्थ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি

उदाहरण : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে

पर्यायवाची : কীলক, শাল

স্থানু   বিশেষণ

अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে

उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল

पर्यायवाची : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থিতিশীল, স্থিৰ

चौपाल