अर्थ : ঘৰ, দলং আদি সজাৰ কলাসন্মত নীতি-নির্দে্শনা থকা শাস্ত্রবিশেষ
उदाहरण :
বাস্তুকলাত নিপুণ হোৱাৰ কাৰণে তেওঁ ্বাস্তুশাস্ত্রৰ অধ্যয়ন কৰিছে
पर्यायवाची : বাস্তুশাস্ত্র
अर्थ : স্থাপত্যশিল্পৰ বা স্থাপত্যশিল্প সম্বন্ধীয়
उदाहरण :
এই মন্দিৰটো নিজৰ স্থাপত্য বৈভৱৰ বাবে প্রসিদ্ধ