पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্থিতি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্থিতি   বিশেষ্য

अर्थ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

उदाहरण : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

पर्यायवाची : অৱস্থা, দশা

अर्थ : পদ, মর্যাদা আদিৰ বিচাৰেৰে সমাজত কোনো ব্যক্তি, সংস্থা আদিৰ সেই বিধিসন্মত স্থিতি যি নিজৰ ক্ষেত্রত কিছু নিশ্চিত পৰিধি লাভ কৰে

उदाहरण : কাৰোবাৰ স্থিতি্ তেওঁৰ মর্যাদা, পদ, সন্মান আদিৰ পৰিচায়ক হয়

पर्यायवाची : অৱস্থিতি

अर्थ : সত্তাৰ ভাব

उदाहरण : আমাৰ মনত কেতিয়াবা-কেতিয়াবা এইটো ভাবৰ উদয় হয় যে ঈশ্বৰৰ অস্তিত্ব আছে

पर्यायवाची : অধিস্থান, অস্তিত্ব, অৱস্থিতি, বিদ্যমানতা, বিৰাজ, বিৰাজমানতা, সত্তা

चौपाल