पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্থিৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্থিৰ   বিশেষণ

अर्थ : যিজন বিচলিত নহয়

उदाहरण : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

पर्यायवाची : অবিচল, অবিচলিত

अर्थ : যি সিদ্ধান্ত সলনি নহয়

उदाहरण : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

पर्यायवाची : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

अर्थ : যি চঞ্চল নহয়

उदाहरण : মানুহজন গম্ভীৰ স্বভাৱৰ

पर्यायवाची : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

उदाहरण : পাহাৰ-পর্বত স্থিৰ

पर्यायवाची : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

अर्थ : যʼত তৰঙ্গ উঠি থকা নাই

उदाहरण : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

पर्यायवाची : শান্ত

अर्थ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

उदाहरण : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

अर्थ : যাৰ চিত্ত স্থিৰ

उदाहरण : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

पर्यायवाची : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে

उदाहरण : গছবোৰ সজীৱ সত্ত্বেও অচল

पर्यायवाची : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

अर्थ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

उदाहरण : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

पर्यायवाची : অগতি, গতিশূন্য, গতিহীন

चौपाल