अर्थ : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন
उदाहरण :
কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে
पर्यायवाची : স্বচ্ছন্দ, স্বেচ্ছাচাৰী
अर्थ : যি কোনো বেলেগৰ শাসন বা নিয়ন্ত্রণৰ অধীন নহয় আৰু নিজৰ কার্যৰ ্সঞ্চালন স্বয়ং কৰে
उदाहरण :
এই নিয়ম স্বতন্ত্র সংস্থাবোৰৰ ওপৰতো খাটে
पर्यायवाची : স্বায়ত্ত