अर्थ : যাৰ অধিকাৰ নাই
उदाहरण :
ঘৰটোত স্বত্বহীন ব্যক্তি এজনে নিজৰ অধিকাৰ সাব্যস্ত কৰি বহি আছে
पर्यायवाची : অধিকাৰহীন
अर्थ : স্বত্বৰ পৰা আঁতৰত
उदाहरण :
ফুলপাহ মৰহি স্বত্বহীন হৈ পৰিল
अर्थ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
उदाहरण :
আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
पर्यायवाची : অনধিকাৰ