पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বভাৱ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বভাৱ   বিশেষ্য

अर्थ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস

उदाहरण :

पर्यायवाची : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বৰূপ

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरण : তেওঁৰ ব্যৱহাৰ ভাল নহয়

पर्यायवाची : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম

उदाहरण : তেওঁ ্ লাজুক স্বভাৱৰ

पर्यायवाची : চৰিত্র, প্রকৃতি, মেজাজ, স্বৰূপ

अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ

उदाहरण : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে

पर्यायवाची : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ-চৰিত্র

चौपाल