सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি গৰাকী স্ত্রীৰ স্বামী ঢুকাইছে
उदाहरण : মেজৰ ৰণবীৰক মৰণোত্তৰভাৱে প্রদান কৰা পৰমবীৰ চক্র সন্মান তেওঁৰ বিধৱা পত্নীয়ে গ্রহণ কৰিলে
पर्यायवाची : পতিহীনা, বাঁৰী, বিধৱা
अर्थ : যাৰ স্বামীৰ মৃত্যু হৈছে
उदाहरण : বাৰাণসীৰ বিধবা আশ্রমত থকা বিধবা স্ত্রীসকলৰ অৱস্থা বৰ দুখজনক
पर्यायवाची : পতিহীনা, বাঁৰী, বিধবা
इंस्टॉल करें