पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বীকাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বীকাৰ   বিশেষ্য

अर्थ : নিজৰ কৰা বা গ্রহণ কৰা কার্য

उदाहरण : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

पर्यायवाची : গ্রহণ, মঞ্জুৰ

স্বীকাৰ   বিশেষণ

अर्थ : যিটো অংগীকাৰ কৰা হৈছে বা যাক নিজৰ দায়িত্বত লোৱা হৈছে

उदाहरण : তেওঁ নিজৰ কার্যভ্াৰ হাঁহিমুখে স্বীকাৰ কৰিলেএই সংস্থাটো চৰকাৰৰ দ্বাৰা স্বীকৃত

पर्यायवाची : অংগীকৃত, অঙ্গীকৃত, গৃহীত, পৰিগৃহীত, স্বীকৃত

चौपाल