पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বীকাৰ কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বীকাৰ কৰা   ক্ৰিয়া

अर्थ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

उदाहरण : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

पर्यायवाची : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

अर्थ : সহমত হোৱা

उदाहरण : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

पर्यायवाची : মনা, মানি চলা, ৰাজি হোৱা

अर्थ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

उदाहरण : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

पर्यायवाची : গ্রহণ কৰা, লোৱা

अर्थ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

उदाहरण : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

पर्यायवाची : মনা, মানি লোৱা

अर्थ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

उदाहरण : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

पर्यायवाची : মানা, স্বীকৃতি দিয়া

अर्थ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

उदाहरण : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

पर्यायवाची : গ্রহণ কৰা, লোৱা

चौपाल