अर्थ : যাক অনুমতি দিয়া হৈছে
उदाहरण :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
पर्यायवाची : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, অনুমোদিত
अर्थ : যাৰ সহমত লাভ কৰিছে
उदाहरण :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
पर्यायवाची : অনুমোদনপ্রাপ্ত, অনুমোদিত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত
अर्थ : যাৰ কাৰণে স্বীকৃতি লাভ কৰা হৈছে
उदाहरण :
স্বীকৃত আঁচনিখন এতিয়াও আৰম্ভ হোৱা নাই
पर्यायवाची : অনুমতি প্রাপ্ত