पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से স্বৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

স্বৰ   বিশেষ্য

अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

उदाहरण : তেওঁৰ ্ মাতটো বৰ মিঠা

पर्यायवाची : কণ্ঠ, গলা, বোল, মাত

अर्थ : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

उदाहरण : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

पर्यायवाची : সুৰ

अर्थ : যিটো শুনা যায়

उदाहरण : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

पर्यायवाची : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, ৰণন, ৰাৱ

अर्थ : যি ্বর্ণই আন বর্ণৰ ্সহায় নোলোৱাকৈ উচ্চাৰণ হয়

उदाहरण : হিন্দীত তেৰটা স্বৰ আছে

पर्यायवाची : স্বৰ অক্ষৰ, স্বৰ বর্ণ

चौपाल