अर्थ : মনত ৰাখিব পৰা শক্তি
उदाहरण :
এইজন বিষয়াৰ স্মৃতিশক্তি অতি ্দুর্বল
पर्यायवाची : স্মৃতিশক্তি, স্মৰণ শক্তি
अर्थ : প্রথমে দেখা কথাৰে মনত উদয় হোৱা সংস্কাৰবোধ
उदाहरण :
স্মৃতি সহজে মনৰ মাজৰ পৰা মচিব নোৱাৰি
पर्यायवाची : অভিজ্ঞা