सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
उदाहरण : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
पर्यायवाची : ৰস
अर्थ : নিগৰি বৈ অহা কার্য
उदाहरण : ঘা-ডোখৰৰ পৰা পুঁজ ক্ষৰণ হৈ আহিছে
पर्यायवाची : ক্ষৰণ, নিঃসৰণ
इंस्टॉल करें