सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পঞ্জাবৰ এখন প্রাচীন নদী
उदाहरण : সৰস্বতী এতিয়া লুপ্ত হৈ গʼল সৰস্বতীৰ গণনা ভাৰতৰ ডাঙৰ নদীবোৰৰ ভিতৰত হয়
पर्यायवाची : সিন্ধুমাতা
अर्थ : বিদ্যা আৰু বাণীৰ অধিষ্ঠাত্রী দেৱী
उदाहरण : সৰস্বতীৰ বাহন হংস
पर्यायवाची : কাদম্বৰী, পদ্মাসনা, বাগ্দেৱী, বাণী, বিদ্যাদেৱী, বীণাপাণি, ভাৰতী, মহাশ্বেতা, শতৰূপা, শুক্লা, সর্ব্ব্্শুক্লা, সাৰদা, হংসবাহিনী, হংসাৰূহা
इंस्टॉल करें