सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
उदाहरण : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
पर्यायवाची : অনুচ্চ, চাপৰ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন
अर्थ : মাত্রা, আকাৰ, বিস্তাৰ আদিত সীমিত বা বেলেগৰ তুলনাত কম
उदाहरण : মোৰ ঘৰটো বৰ সৰু শিশুৰ কাৰণে মই এটা অকণমানি খেলনা কিনিব লাগে
पर्यायवाची : অকণমানি, অকমানি
अर्थ : সৰু আকাৰ বা অবয়ৱযুক্ত
उदाहरण : বাওনা মানুহজনে জপিয়াই জপিয়াই গছৰ ডালটো ধৰিবৰ কাৰণে চেষ্টা কৰি আছে
पर्यायवाची : বাওনা, বামন
अर्थ : যাৰ জন্ম পিছত হৈছে
उदाहरण : লক্ষ্মণ ৰামৰ অনুজ ভায়েক আছিল
पर्यायवाची : অনুজ, কনিষ্ঠ
अर्थ : দীঘ আৰু প্রস্থত কম
उदाहरण : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়
पर्यायवाची : চেপা, ঠেক
इंस्टॉल करें