अर्थ : কʼৰবাত কʼৰবাত হোৱা
उदाहरण :
সৰু-সুৰা ঘটনাক বাদ দি বন্ধ সফল হোৱা বুলিয়েই কʼব পাৰি
अर्थ : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
उदाहरण :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
पर्यायवाची : লাপি-লুপা