सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
उदाहरण : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
पर्यायवाची : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, হ্রদ
अर्थ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
उदाहरण : তেওঁ সৰোবৰত গা ধুই আছে
पर्यायवाची : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, হ্রদ
इंस्टॉल करें