सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিয়ে কাৰোবাৰ প্রাণ লৈছে
उदाहरण : হত্যাকাৰীক ্ ফাঁচীৰ শাস্তি ঘোষণা কৰা হৈছে
पर्यायवाची : বধী
अर्थ : যি কাৰোবাক হত্যা কৰিছে
उदाहरण : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
पर्यायवाची : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
इंस्टॉल करें