सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কʼলা মুখীয়া আৰু দীঘল নেজ থকা এবিধ ডাঙৰ আকাৰৰ বান্দৰ
उदाहरण : লাংগুৰ বান্দৰ সাঁতোৰাত অতি নিপুণ
पर्यायवाची : লাংগুৰ বান্দৰ
अर्थ : পৱন দেৱৰ পুত্র যাক বৰ শক্তিশলী আৰু অমৰ বুলি মনা হয়
उदाहरण : হনুমান ৰামৰ ভক্ত আছিল
पर्यायवाची : পৱননন্দন, পৱনপুত্র, মহাবীৰ, মাৰুতি
इंस्टॉल करें