सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
उदाहरण : তাৰ হাতত বৰ জোৰ আছে
पर्यायवाची : কৰ, পাণি, ভূজ, হাত
अर्थ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
उदाहरण : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
पर्यायवाची : কৰ, হাত
अर्थ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
उदाहरण :
पर्यायवाची : কৰ, পাণি, হাত
इंस्टॉल करें