अर्थ : বিচাৰি সন্মুখত ৰখা কার্য
उदाहरण :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
पर्यायवाची : উলিওৱা
अर्थ : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
उदाहरण :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে