अर्थ : যাৰ হাত নাই
उदाहरण :
ভিক্ষা খোজি থকা হাত নথকা ব্যক্তিজনৰ ওপৰত মোৰ দয়া উপজিল
अर्थ : যাৰ হাত নাই বা হাত নথকা ব্যক্তি
उदाहरण :
ৰায়পুৰৰ এজন বাহুহীন ব্যক্তিয়ে ভৰিৰে লিখি স্নাতক ডিগ্রি লাভ কৰিলে
पर्यायवाची : বাহুহীন