सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হাতোৰাৰ লাক্ষণিক প্ৰয়োগ
उदाहरण : মৃত্যুৰ হাতোৰাৰ পৰা কোনো বাচিব নোৱাৰে
अर्थ : পশু বা পক্ষীৰ আকোঁৰা পঞ্জা বিশেষ
उदाहरण : নিগনিটো বাঘৰ হাতোৰাত পৰিল
पर्यायवाची : পঞ্জা
अर्थ : পশু, পক্ষী আদিৰ হাত বা ভৰিৰ আঙুলিৰ সমষ্টি
उदाहरण : বাঘটোৱে হৰিণাটোক হাতোৰাৰে হেঁচি ধৰিলে
पर्यायवाची : পাঞ্জা, বাকুহা, হাঁতোৰা
अर्थ : সা-সঁজুলি আদিৰ ধৰা অংশ
उदाहरण : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
पर्यायवाची : ঠাৰি, মুঠি, হাত, হেণ্ডেল
इंस्टॉल करें